পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত ( ১৫১ ) चित्र-भागवत ইয়াৰ পাছত গোণীবিলাকে কৃষ্ণ বিৰহত আকুল হৈ কৃষ্ণক মৰিয়াঁ দ্য নিৰ আকুল ফুলৰ ঘাঙ্গী জুন ঃন বিচাৰি ফুৰোতে সেই গোপীক লগ পাইছে আৰু তেওঁত কৃষ্ণৰ খবৰ ভৰ মাত্ৰীৰ মিলী স্বীৰ দুহু ৰী। জাহাজ মাঘ ময়ী নাৰী সুধিছে। কৃষ্ণৰ সহিত যোৱা গোপী বহি আছে। অন গোপী- স্ত্ৰী। বিলাকৰ কোনোৱে আগ হাত পাতি, কোনোৱে বা হাত দাঙি কৃষ্ণৰ খবৰ লৈছে। L.N9 69 যমুনাৰ বালিত কৃষ্ণৰ গুণ বৰ্ণাইছ।। ইয়াৰ পিছত গোপীসকলে সেই অন্ধকাৰ ৰাতিত ঘৰলৈ নীলিয়া ভৰ স্বঘী বান মী দ্বী বিনা ল বন্ধ - না ভাবি কুফবিহানলত দেই পুৰি যমুনাব বালিত বহি কৃষ্ণময় বিদ্যান লনী অন্ধ আলু নৰী দ্যা গ্ৰাম জী নিম প্ৰাণ হৈ হাতযোব কবি কৃষ্ণৰ গুণ গাই গাই ধ্যান কৰিবলৈ কী ৰঞ্জী। আৰম্ভ কৰিলে। তাৰ পাছত ভক্তবৎসল ভগবান দৈৱকী নন্দনে গোপীবিলাকৰ মৰূল মান্নান নৈী নতুন মালিয়ান্ধী ৰী অৱস্থা স্বীৰ বনে দুখ দেখি আৰু ঐকান্তিক প্ৰেম দেখি সন্তুষ্ট হৈ হঠাৎ বন্ধাঙ্গি দম বৰ ৰূ নছ কী চান সানিয়া ভ্ৰীৰ দায় এ