পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১০৪ )
 গোপীসব ব্ৰজত প্ৰবেশ ভৈলা।  কৃষ্ণে গোপীক বিদায় দিছন্ত।  

কৃষ্ণই হাত দাঙি গোপীসকলক বিদায় দি লগৰীয়া গোপশিশুৰ লগত গোকুললৈ যাব ধৰিলে।

उठाकर गोपियोंको बिदा देकर साथी गोपशिशुओंके साथ गोकुल जा रहे हैं।

 শ্ৰীদাম। সুদাম।  কৃষ্ণ।  বলভদ্ৰ।  

 শ্ৰীকৃষ্ণৰ গোপবালকৰ সৈতে বৃন্দাবন-লীলাঃ— আন এদিন কৃষ্ণই গোপবালকবিলাকক এৰি দি এঠাইত বহিল। গৰুবোৰে

 श्रीकृष्णका गोपबालगणके साथ बृन्दावन-लीला : एकदिन कृष्ण गोपबालकोंको साथ बृन्दावन जाकर गायोंको छोड़ एक