পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৯৯ )
 যশোদা কৃষ্ণক চাহিছা।  কৃষ্ণে গোপ গৰুসমে ব্ৰজক যান্ত।  

বাঁহী, কোনেও শিঙা বজাই আগত ধেনু লৈ ব্ৰজৰ ফালে যাত্ৰা কৰিছে। ব্ৰজ আহি পালত যশোদাই কৃষ্ণক এখন আসনত বহুৱাই কিবা খাবলৈ দিছে। কৃষ্ণই খাবলৈ আৰম্ভ কৰিছে। যশোদাই কৃষ্ণৰ কাষত বহি কৃষ্ণৰ মুখলৈ চাই আছে। গোপীসকলেও আনন্দতে হাত তুলি কৃষ্ণৰ কাষত থিয় দি আছে।

 

 হেমন্তকালত গোপাঙ্গনাসকলৰ কাত্যায়ণী ব্ৰতঃ— ইয়াৰ পিছত গোপাঙ্গনাসকলে হেমন্তকালত যমুনাত স্নান কৰি ধূপ, দীপ, নৈবেদ্য আদি দি মহামায়াক পূজা কৰি তেওঁৰ ওচৰত বহি হাতযোৰ কৰি কৃষ্ণক পতি পাবলৈ স্তৱ কৰিছে। কিছুমানে বা ৰংমনে

सींगा बजाते गाओंके साथ ब्रजकी ओर आ रहे हैं। ब्रज पहुँचने पर यशोदा कृष्णको एक आसनपर बिठाकर कुछ खानेको देती हैं। कृष्ण खा रहा है। यशोदा कृष्णके पास बैठकर कृष्णका मुख निहार रही हैं। गोपिनीगण कृष्णके पास खड़ी हैं।

 
 हेमन्तकाल में गोपाङ्गनाओं का कात्यायणी-व्रत : इसके बाद हेमन्तकालमें गोपांगनाएँ जमुनामें स्नान कर धूप, दीप, नैवेद्य आदि से महामायाकी पूजा करने के बाद उसके पासही बैठकर हाथ जोड़कर कृष्णको पति रूपसे पानेके लिए स्तुति कर रही हैं।