পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৯৮ )

ম’ৰাই পেখান ধৰি নাচিছে। হৰিণাই মুখ তুলি কৃষ্ণৰ সেই মধুৰ বংশীধ্বনি যেন কাণ পাতিহে শুনিছে। ইফালে গোপীবিলাকে ইটোৱে সিটোৱে লগলাগি মুখামুখি হৈ, কোনেওবা পাছফিৰি কৃষ্ণৰ গুণকীৰ্ত্তন কৰিছে।

भुलसे मोर नाच रहे हैं। हिरण मुँह उठाकर कृष्णकी बह मधुर ध्वनि मानो कानोंसे सुन रहे हैं। इधर गोपिनोगण एक दुसरोसे मिलकर अपने सामने होकर, कोई कोई मुँह मोड़कर कृष्णकी गुणों का कीर्तन कर रही हैं।

 কৃষ্ণই বৃন্দাবনৰ তৰুতলত বহি বংশীৰ মুললিত ধ্বনি কৰিছে। গৰুবোৰে পাহাৰৰ টিলাত উঠি ঘাঁহ খাবলৈ পাহৰি যেন সেই বংশীধ্বনিহে মুখ তুলি অনাইছে। কৃষ্ণৰ কাষতে আন আন গোপবালকেও বাঁহী বজাইছে। কৃষ্ণৰ বিৰহাতুৰ গোপীসকলে হাত তুলি কৃষ্ণৰ গুণাৱলীৰ কথোপকথন কৰিছে।

 

 গোপবালকৰ সৈতে গোধন লৈ শ্ৰীকৃষ্ণৰ ব্ৰজলৈ প্ৰত্যাবৰ্ত্তনঃ—কৃষ্ণই বাঁহী, আন আন গোপবালকৰ কোনেও

 कृष्ण बन्दावनके पेड़के नीचे बैठकर बंशी बजा रहा है। गायें पहाड़के टिलोंपर चढ़कर घाँस खाना भुलकर मानो उस बंशीकी टेरमें मगन हो रही हैं। कृष्णके पासही दुसरे गोपबालकगण भी बाँसुरी बजा रहे हैं। कृष्ण-विरहाकुल गोपिनीगण कृष्ण-गुणावली गा रही हैं।

 

 गोपबालको के साथ गाये लेकर श्रीकृष्णका व्रजमें प्रत्यावर्त्तन : कृष्ण बांसुरी, और और गोपबालक बाँसुरी,