পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৯৭ )
 কৃষ্ণ বৃন্দাবনে যান্ত। ৰাম।  শ্ৰীদাম। সুদাম। কৃষ্ণ যাহান্তে গোপীসবে খেদ কৰিছা।  

কৃষ্ণৰ বিৰহ বেদনা প্ৰকাশ কৰে আৰু লগত কৃষ্ণৰ নানা গুণ কীৰ্ত্তন কৰে।

कृष्णकी विरह-वेदना प्रकट करती हैं। और साथही कृष्णके अनेक गुणोंका कीर्तन करती हैं।

 হৰিণ। ময়ূৰ।  কৃষ্ণে বংশী বজাইছা।  গোপবালক।  গোপীসবে কৃষ্ণৰ গুণ-কীৰ্ত্তন কৰিছা।  

 কৃষ্ণই বৃন্দাবনৰ এজোপা গছৰ তলত বহি বাঁহীৰ ফুক দিছে। তেওঁৰ কাষত আন এজন গোপবালকেও বাঁহী বজাইছে। কৃষ্ণৰ মনোহৰ মেঘগম্ভীৰ বংশীধ্বনি শুনি মেঘৰ গৰ্জন বুলি ভুল কৰি

 कृष्ण बृन्दावनके पेड़ के नीचे बैठकर बांसुरीमें फूंक दे रहा है। उसके पासही दुसरा एक गोपबालकभी बाँसुरी बजा रहा है। कृष्णकी मनोहर, मेघसी गंभीर बंशीध्वनि सुनकर मेघ गर्जन समझ

 ১৩