পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৯৬ )
 ৰাম। কৃষ্ণ। পৰ্বত মূলত ময়ূৰ।  

 শৰৎকালত কৃষ্ণ-বলৰামৰ বৃন্দাবন-লীলঃ— ভগবান শ্ৰীকৃষ্ণই এনেকৈ নানা ক্ৰীড়া কৰি বৰ্ষাকাল কটোৱাৰ পাছত মনোহৰ শৰৎকাল পৰিল। বৃন্দাবনৰ গছবোৰ ফুলে জকমক হৈছে। ময়ূৰবিলাক তাত পৰি মধুৰ ধ্বনি কৰিছে; ভোমৰাবোৰ ফুলত পৰি মৌ পান কৰিছে। ভগবান কৃষ্ণই বলৰামৰ সৈতে বাঁহী বজাই ধেনু চাৰিবলৈ গৈছে।

 

 কৃষ্ণ-বলৰামে হাতত লৰু লৈ বাঁহী বজাই আৰু শিঙা ফুকিয়াই গোধন আগত লৈ যেতিয়া বৃন্দাবনলৈ ওলাই যায়, তেতিয়া গোপীবিলাকে ইটোৱে সিটোৰ ফালে চাই হাত তুলি পৰস্পৰে

 शरत्​कालमें कृष्ण-बलरामकी वृन्दावन-लौला : वर्षा ऋतु इसी तरहकी अनेक क्रीड़ा करके भगवान श्रीकृष्णने बितायी। उसके बाद मनोहर शरत्​काल आ गया। वृन्दावनके पेड़-पौधे फूलोंसे जगमगाने लगे। मोरगण उनमें बैठकर मधुर आवाज करने लगे। अलिगण फुलों पर बैठकर मधुरस पान करने लगे। भगवान कृष्ण बलराम के साथ बांसुरी बजाते हुये धेनु चराने जा रहे हैं।

 
 कृष्ण-बलराम हाथ में डंडा लेकर बाँसुरी बजाते और सींगा फूंक कर गोधनको सामने लेकर जब बृन्दावनसे निकल जाते हैं, तब गोपिनोगण एक दुसरोकी ओर ताक कर हाथ उठाकर परस्पर