পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৯৩ )
 বলভদ্ৰ। কৃষ্ণ।  

থিয় কৰি উদ্‌গ্ৰীব হৈ কৃষ্ণৰ ওচৰলৈ লৰি আহিছে। আন কি বনৰ গছ-লতাবিলাকেও যেন ফলৰ ভৰতে দোঁ খাই কৃষ্ণৰ মধুৰ বংশীধ্বনিহে শুনিছে।

 

 কৃষ্ণৰ মধুৰ বংশীধ্বনি শুনি কিৰাতৰ ৰমণীবিলাকেও আনন্দতে পিঠিৰ বোজা পিঠিতে ৰাখি আঠু কাঢ়ি কপালত হাত দি প্ৰণাম কৰিছে। পৰ্বতৰ পশু, পক্ষী, তৰু, তৃণবিলাকে বংশীৰ ধ্বনি শুনি

कान खड़े करके उदग्रोव होकर कृष्णके पास दौड़कर आये। वनके पेड़-पौधे और बेल-बुटें भी फलोंके बोझसे झुके हुये मानो कृष्णकी मधुर बंशीध्वनिही सुन रहे हैं।

 
 कृष्णको मधुर बंशीध्वनि सुनकर किरात रमणियाँभी आनन्दमें पीठके बोझको पीठपर ही बाँधेहुये घुटने टेककर सिर पर हाथ रख कर प्रणाम कर रहीं हैं। पहाड़के जानवर, पंक्षी, पेड़, पौधे