|
বলৰামে গাইবোৰ আগত লৈ বাঁহী বজাই অহা শুনি নন্দ আৰু যশোদা ৰাণীয়ে যেন তেওঁলোকক আগবঢ়াই আনিবলৈহে গৈছে। |
गायोंको आगे लेकर बाँसुरी बजाते आते सुनकर नन्द और यशोदा रानी मानो उनका स्वागत करने के लिए ही आ रहे हैं। |
| মৈৰা। | কৃষ্ণে। বলভদ্ৰ। |
|
বৰ্ষাকালত কৃষ্ণ-বলৰামৰ বৃন্দাবন-লীলাঃ—বৰ্ষাকালত বৃন্দাবনত কৃষ্ণ-বলৰামে নানা ক্ৰীড়া কৰিছে। বৃন্দাবনৰ বৰ্ণনা অবৰ্ণনীয়। নানাবিধ ফুলি থকা গছ-লতা হালি জালি আছে; সৰোবৰত হাঁহবোৰে জল-ক্ৰীড়া কৰিছে। ময়ুৰ আৰু ময়ূৰীবিলাকে চালি ধৰি নৃত্য কৰিছে। ৰাম আৰু কৃষ্ণই সেই বৃন্দাবনত গাইবোৰ চৰাই নানাভাৱে নাচি বাগি ফুৰিছে। কৃষ্ণ-বলৰামে বৃন্দাবনত সোমাই নানা ভঙ্গি কৰি বংশীধ্বনি কৰাত বনৰ গৰু, ছাগল, হৰিণ আদিয়ে মূৰ দাঙি কাণ |
बर्षाकालमें कृष्णा- बलरामका वृन्दावन-लीला : बर्षाकालमें वृन्दावनमें कृष्ण-बलराम नाना क्रीड़ा करने लगे। बृन्दावनकी शोभा वर्णनसे परे है। भाँति भाँतिके फूलोंसे पेड़-पौधे, बेल-बूँटे हिलते-दुलते हैं। सरोवरमें हंसगण जलक्रीड़ा कर रहे हैं। मोर और मोरनीगण आनंदसे नृत्य कर रहें हैं। राम और कृष्ण उसी इन्दाबनमें गायें चराते हुये नाचते बजाते घूमते हैं। कृष्ण-बलरामने जब वृन्दावन में घुसकर अनेक रागिनियोमें बंशी बजाई तो वनको गाये, बकरियाँ, हिरन वगैरह सिर उठाकर |