পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৯১ )
কৃষ্ণ আসিবাৰ শুনি গোপীগণে চাইছা।  গোপগণসমে কৃষ্ণ ৰাম গোকুলক আসিছা।  

গাইবোৰৰ পাছত কৃষ্ণ, বলৰাম, শ্ৰীদাম আদিয়ে বাঁহী বজাই হাতত লৰু লৈ আনন্দেৰে আহি গোকুলে পালেহি। কৃষ্ণক অহা দেখি গোপীসকলে হাত আগবঢ়াই যেন আহ্বানহে কৰিছে।

गायोंके पीछे कृष्ण, बलराम, श्रीदाम आदि बाँसुरी बजाते बजाते हायमें डांडा लेकर आनन्दसे आ कर गोकुल पहुँचे। कृष्णको आते देखकर गोपीगण हाथ बढ़ा बढ़ाकर मानो आह्वान कर रही हैं।

গোপশিশু প্ৰলম্ব বধ ব্ৰজত কহিছা। যশোদা। নন্দ।  কৃষ্ণ। বলভদ্ৰ।  

 কোনো কোনো গোপবালকে গোকুললৈ ঘূৰি আহি নিজৰ মাক-বাপেকৰ মাজত বহি প্ৰলম্বক মৰাৰ কথা কৈছে। কৃষ্ণ-

 कोई कोई गोपबालक गोकुल में लौटकर अपने अपने परिजनों के बीच बैठकर प्रलम्बके मारनेके कहानी कह रहा है। कृष्ण-बलराम