পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৷৵৹ )

ধৰ্ম্মপুৰাণ, হস্তীবিদ্যামহাৰ্ণৱ, কীৰ্ত্তনঘোষা, শঙ্খচূড়বধ আদি পুথিৰ চিত্ৰবোৰ কামৰূপীয় চিত্ৰৰ নিদৰ্শন। পুৰণি শিলৰ মঠ-মন্দিৰ, শিলৰ ৰাজ-কাৰেঙৰ খুটা, দুৱাৰ, মূৰ্ত্তি, কাঠৰ আৰু হাতী-দাঁতৰ সিংহাসন, দোলা-খাটোলা, নামঘৰৰ বেৰ, ধাতুৰ পাত্ৰ যেনে—শৰাই, বাটি, কাঁহী আদিত কামৰূপীয় শিল্পৰ আদৰ্শ আজিও দেখিবলৈ পোৱা যায়।
 প্ৰাচীন কামৰূপত অতীজৰেপৰা কপাহী, পাট, মুগা, মেজাঙ্কৰী—সূতাৰ কাপোৰৰ চলন্তি আছে; এইবোৰ সূতাত উপত্যকাৰ বহুতে বনৰীয়া গছৰ ছাল-পাতৰ বোল দি নানা ৰঙৰ সূতা তৈয়াৰ কৰে আৰু সেইবোৰেৰে বিচিত্ৰ কাপোৰ বই ব্যৱহাৰ কৰে। খামতী, নগা আদি পৰ্বতীয়া ভাইসকলেও বহুকালৰেপৰা কপাহী সূতাত নানা ৰং দিয়া দস্তুৰ চলাই আহিছে। এই কাপোৰবোৰত নানা ফুল বছা প্ৰণালীও বহুকালৰ পৰা দেশত আছে। বৌদ্ধ ভিক্ষুসকলে সোণৰ পাত কৰি তাৰ ওপৰত নানা চিত্ৰ অঙ্কন কৰি পুথি লিখিছিল। আমাৰ ওচৰৰ পৰ্ব্বতৰ কোষত থকা বাপুচাঙৰ ভিক্ষুসকলৰ হাতত এনে দুৰ্মূল্য পুথি এতিয়াও দেখিবলৈ পোৱা যায়।[১] এই সমস্ত কামৰূপীয় চিত্ৰৰ অৱশেষ।
 আমি নানা ঠাইত বহুতো সচিত্ৰ পুথি দেখিবলৈ পাইছিলোঁ। তাৰ ভিতৰত যোৰহাটৰ শ্ৰীশ্ৰীফুলবাৰী সত্ৰৰ কীৰ্ত্তন-ঘোষা, শ্ৰীশ্ৰীআউনিআটি সত্ৰৰ হস্তীবিদ্যামহাৰ্ণৱ, নগাৱঁৰ শ্ৰীশ্ৰীকৰ্চুং সত্ৰৰ

है। इसलिए इस समय के भारतीय चित्रों को हिन्दु, बौद्ध और मुगली इन तोन श्रेणियों में बाँटा जा सकता है।
 भारतोय चित्रों के अंकन की शैली (style) का स्थान के नाम के अनुसार बाद में पृथक् पृथक् नामकरण हो गया है। जैंसे—इरानी, देहली, कंगरा, काश्मीरी, जयपुरी इत्यादि। जयपुरी चित्रको मूलतया राजपूती चित्र ही कहा जा सकता है। राजपूती चित्रमें ग्टह-चरित्र, मनुष्यका चलन, स्वभाव आदि प्रकट होते हैं। बौद्ध चित्रों में तो बौद्धधर्मके मधुर-भावों का ही प्रकाश मिलता है। मुगली चित्र तो प्रायः राजपूती चित्रों जैसे ही हैं; किन्तु इनमें धर्मभाव न होकर ऐहिक सुख-संभोग की प्रधानता है। सारांश यह कि—हिन्दू और बौद्ध चित्रों में तो भारतके आध्यात्मिक जीवन का विकाश था और मुगली चित्र ये—पार्थिव और लौकिक (स्वाभाविक)
 हमारे प्राचोन कामरूपके १६वीं सदीमें चित्रित चित्र राजपूती शैलोके ही हैं; किन्तु फिरभी उनमें लता-पेड़, पशु-पक्षी आदिका चित्रण कामरूपी वैशिष्ट्य अवश्य है। महापुरुष शङ्करदेव के द्वारा अंकित चिह्नयात्राके पट (चिह्नयात्रा का पट, बैकुण्ठ का पट), बृन्दावनी कपड़ा, सचित्र पुराने सांचीपत्रों पर लिखित भागवत (संस्कृत और असमिया), धर्म-पुराण, हस्तिविद्दामहार्णव, कीर्त्तनघोषा. शंखचूड़ वध आदि पुस्तकों के चित्र कामरूपी चित्रों का निदर्शन है। पत्थरों के मठ-मन्दिर, राजमहलके पत्थर के खम्भे, किवाड़, सूर्तियाँ, लकड़ी और हाथीदाँत के सिंहासन, दोला-खटोला (पालकी), नामघर की दीवार, घातुओं के बर्तन, जैसे—शराइ, कटोरा, धाली आदि प्राचीन अवशेषों पर कासरुपीय शिल्पों की झलक आज भी देखने को मिल जाती है।
 हमारे इस कामरूप प्रदेश में कपास, पाट, मूंगा, मेजांकरी आदिके सूत के कपड़ों का प्रचलन अतीत कालसे ही है। इन

  1. শিৱসাগৰত আমি নিজে পালীভাষাৰ এনে পুথি দেখিছিলোঁ।