পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৮৫ )

খেলা আৰম্ভ কৰিছে। খেলাত কৃষ্ণৰ পক্ষ হাৰিল আৰু আগৰ বন্দোবস্ত মতে কৃষ্ণ আদিয়ে বলৰামৰ পক্ষক কান্ধত বই নিবলগীয়া হল। কৃষ্ণৰ পক্ষত প্ৰলম্ব অসুৰ আছিল। প্ৰলম্বাসুৰে বলদেৱক কান্ধত তুলি নিব ধৰিলে।

नायक बनकर खेल आरंभ किया। खेलमें कृष्णकी टोली हार गयी और पहलेके वादेके मुताबिक कृष्ण आदिको बलरामकी टोलीको कंधेपर ढो कर लाना पड़ा। कृष्णकी टोलीमें प्रलंब असुरभी था। प्रलंबासुर बलदेवको कंधेपर लेकर जाने लगा।

প্ৰলম্বে বলোক সীমাকো চৰাই নিছা। ভাণ্ডিৰ বট।   আন গপগণে থৈলা সীমাতে পসাই।  

 তেওঁলোকৰ খেলাৰ এটা সীমাৰেখা আছিল; আন আন বালকে বৈ নিয়া বালকবিলাকক সীমাত নমাই থলে কিন্তু প্ৰলম্বে বলভদ্ৰক সীমা চেৰাই লৈ গল। তাকে দেখি গোপবালকবিলাকে ইটোৱে সিটোৱে হাত দাঙি সীমা অতিক্ৰম কৰি যাবলৈ যেন বাধাহে দিছে। এই সময়ত বালকবিলাকে আগৰদৰে কাষত

 उनके खेलका एक हद था। और और बालकोंने ढोए हुए बालकोंको हद्दपर उतार दिया; लेकिन प्रलंबने बलभद्र को हदसे आगे ले चला। उसे देखकर गोपबालकगण हाथ उठाकर हद्द अतिक्रम करनेको मानो मना कर रहे हैं। इस समय बालकगण पहले जैसे पासमें सींगा और हाथमें डंडा