পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
(৮০)
 

 ধেনু আগত লৈ কৃষ্ণ-বলৰামৰ গোপবালকৰ সৈতে বৃন্দাবনলৈ গমনঃ— বনাগ্নিৰপৰা বৃন্দাবন ৰক্ষা কৰাৰ পাছত কৃষ্ণ এদিন লগৰীয়া গোপবালকৰ সৈতে গৰু চৰাবলৈ ওলাল। আগত গাইবোৰ, পাছত দামুৰিবোৰ যাবলৈ ধৰিলে; কৃষ্ণই বাওঁহাতেৰে লৰু আৰু আগহাতেৰে বাঁহী বজাই গৈছে। কৃষ্ণৰ পিছত বলভদ্ৰ বাঁহী ফুকিয়াই লগৰীয়া গোৱালৰ সৈতে যাব ধৰিছে; তাৰ পিছতেই গোপীবিলাকো গৈ আছে।

 गायों को आगे लेकर क़शा-बलरामका ग्वालके साथ बहन्दावनकौ ओर यात्रा : वनकी आगसे बृन्दावनकी रचा करनेके बाद कृष्ण एकदिन साथी गोप बालको'से गायें चराने निकला। आगे गायें, पीछे बछड़े जा रहे हैं; कृष्ण बाये' हाथसे डंडा और दाहिने हाथसे बाँसुरी बजाता जा रहा है। कष्णके पोछे बलभद्र बाँसुरी फुँकते फुँकते साथी ग्वालों के साथ जाने लगा; उसके पोछे पीछे गोपिनीगण भी जा रहो हैं।

 

 কৃষ্ণ-বলৰাম আৰু অন্যান্য গোপবালকবিলাকে গাই দামুৰিবোৰক আগত লৈ বাঁহী বজাই বজাই বৃন্দাবন পালেগৈ, আৰু মনৰ আনন্দে গৰু চাৰিবলৈ ধৰিলে। গৰু আৰু বনৰ হৰিণাবোৰ

 कृष्ण बलराम और दूसरे गोपबालकगण गाय बकड़ों को आगे लेकर बांसुरी बजाते बजाते बृन्दावन पहुंचे और मनकी खुशीसे गौए चराने लगे। गौएं और वनकी हिरनियाँ एक साथ एकही