এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৯২ চিত্রাজদ [ তৃতীর অঙ্ক আজি মোৰ স্নেহৰ নাতিনী__ অভিমানী গন্ধৰ্ব্ব কুমাব__ বৃদ্ধ মাতামহ বুলি-- বুকুলই আহিছে উভতি-- ৷ উত্রুগ্ঠা আকুল চিত্ত-_ জানোছা বা স্নেহৰ পুতলী অভিমান 2 হয়-- অভ্যর্থনা ক্রুটাৰ কাবণে।
[ এজন দূতৰ প্রবেশ ] দূত মহাবাজ ! পাতালব মন্ত্রী সতে__ প্রবেশিছে সিংহ দ্বাব_ গন্ধৰ্ব্ব ঈশ্বব__
অনস্ত-- বজোৱঁ৷ মঙ্গল শঙ্খ__
ঢাক-ঢোল-উকলী-ডন্বক | [ বাঘ্যাদি বাজি উঠে]
[ ধুতৰাষ্ট্ৰ সতে বক্রবাহন সোমাই আহে। অনন্তই আগবঢ়াই আনি
নিদ্দিষ্ট আমনত বহুৱায় ]
SNA আহা মোব স্নেহৰ পুতলী-_ পুৰোৱঁ৷ হিয়াৰ মোৰ-- গোপন বাসন|-= ৷