সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীর দৃশ্য ] চিত্রাঙ্গদা ৯১ বন্ধুত্ব ৰ’ব গন্ধবর্ববে সতে al হ’ব ইকুল সিকুল-- ৷ ala বাছা-_, বিলম্বত হ'ব কার্যনাশ__ ৷ হিৰণ্যক-- শিবোধাৰ্য্য আজ্ঞা পিতা বৰ্ণে বৰ্ণে তযু আজ্ঞা_-

পালিম গোপনে । আহিলে এতিয়া । [ উভয়ৰে প্ৰস্থান ]

[ পাতালৰ নাগবাজ অনন্তৰ sates বাজসভা। পাৰিষদাদি পৰিবেষ্টিত _ নাগবাজ অনন্ত ৷ নাগকন্যাবিলাকে ফুলৰ মালা লৈ অপেক্ষা কৰি থাকে। | এখন সজাই ta আসন আক তাৰ আগত এটি পাত্ৰত অমৃত মণি। ছুৱৰীয়ে শুকুলা পতাকালৈ থাকে আক শঙ্খ, ঘণ্টা, ঢাক, ঢোল, তুবৰী, _ ছানাই আনি বাছবে arava, নৰ্ভঁকী আদি প্রস্তুত হৈ থাকে ]

অনন্ত সমবেত সভাসদ সব-_! পবম সৌভাগ্য আজি-- নাগবাজ্য পাতালৰ । তাতোকই সৌভাগ্য অপাৰ