সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দিতী দৃশ্য ]

হিবণ্যক__

ধৃতৰাষ্ট্ৰ

হিবণ্যক--

চিত্রাঙ্গদা

পালিবও লাগিব গোপনে | সৰ্ব্বনাশ হ’ব যদি জানে কোনোবাই ৷ cata পিতা, areal দিয়া । অৱশ্যো পালিম।

বিপন্ন হ’লেও প্রাণ--

আজ্ঞা তবু গোপনে পালিম--- ৷ হিবণ্যক ! বাছা নোৰ-- 1 নাগবাজে নুশুনিলে

হিতবাক্য মোৰ ৷

স্নেহ বশীভূত হই--মণি দান কৰি পুনব জীয়াব খোজে__

নাগশক্র জামাতা পাৰ্থক-_- ৷ হিতাহিত নাভাবি অলপো- নাগকুল ধ্বংশ হেতু

বৃষবৃক্ষ কলে পুনব্বাৰ |

তেন্তে পিতা কি হ’ব উপায়-- ? ছুয়োকুল দেখো ধ্বংস হয়। আছে sel ছুয়োকুল বক্ষাৰ উপার-_। শঙ্কটজনক মাত্র

সমাধান কবা সি কর্তব্য ৷

আজ্ঞা দিয়া পিতা

৮৯