এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
Rea দৃশ্য ] হিবণ্যক-_
অনন্ত--
ধৃতৰাষ্ট্ৰ-_
অনন্ত--
চ্ত্ৰাঙ্গদ| সঞ্জীৱনী AZ মাত্র লাগে গন্ধৰ্বক--৷ সন্ধি শান্তি একোকে নেমানে_- মণি পালে গন্ধৰ্ব্বই হ’ব পাৰে সনব বিবতি_॥ হিবণ্যক । যোৱঁ| তুমি প্রচাবা৷ আদেশ-- নাতি মোব গন্ধৰ্ব কুমাৰ-- অৱশ্যেই মানিব প্রস্তাব-_- বালা মন্ত্রী, আনোগই মাতি কুমাৰক সমাবোহে সন্বর্ধনা জনাই আমাব-। সঞ্জীৱনী মণি মোব দিম উপহাব | শিৰোধাৰ্য্য বাজাদেশ__ আজ্ঞামতে-_ বৰ্ণে বৰ্ণে পালিম অচিবে-- | আহা! মন্ত্রী! দিও্গই উপদেশ-_ অভ্যর্থনা আয়োজন হেতু নগবত-__ যোৱঁ| তুমি হিবণ্যক-_ aa cata প্রচাব| আদেশ |