সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় দৃশ্য ] চিত্রাঙ্গদা ৮৫

আজি মোব বাতুল বুদ্ধিত--

স্বেচ্ছাকৃত আওহেল! হেতু--

মহাশত্ৰু Caza নাতিনী

বিপন্ন স্বদেশ_।

শুনা মন্ত্ৰী-_!

এতিয়াও নাই যোৱা উকলি সময়__!

এতিয়াও আছে দেশ বক্ষাৰ উপায়-_৷

কবো যদি সন্ধিৰ প্রস্তাব__

কৰযোৰে মাতো যদি বক্রবাহনক

দিম বোলে| সঞ্জীবনী মণি--

পার্থপুত্রে নকবে সমব-_-

স্নেহৰ নাতিনী মোৰ তুবন্তে আহিব-_1

মাতামহ বুলি মোক সাবটি ধবিব-॥

বক্ষ| হ'ব ছুয়ো কুল_।

দিয়া মন্ত্ৰী দিয়াহে সন্মতি__

চিৰদিন নাগবন্ধু তুমি--

কৰযোবে মিনতি কৰিছে|--=

কথা বাখ| মোব-_

বক্ষা কৰা বিপন্ন স্বদেশ ধৃতবান্্র_ হে বাজন !

আপুনীয়ে পাতালব ভাগ্যব বিধাতা

উপলক্ষ্য এটি মাত্র মই--