এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তৃতায় অন্ধ
প্রথম দৃষ্ঠ [হস্তিনাৰ প্রাসাদ কক্ষ। চিন্তাকুলা ea) দূৰৈৰ পবা অহা এট নিচুকনি ভাবৰ স্থৰে কৃষ্ণ আগমন বার্তা আনে-- ৷ সেই স্থৰত কুন্তী চঞ্চলা হৈ উঠে] জীকুষ্ণৰ প্রবেশ
কুম্তী-- আহিছা! আহিছা, প্রভো ! কাতৰ মিনতি মোৰ ব্যৰ্থ হোৱা নাই-- ৷ কফ মাতৃ! ব্যাকুলতা কিয় শুনো কণ্ঠত তোমাৰ ? পঞ্চ বীৰে--পাঞ্চালী সখিয়ে__ প্রতিদিনে কৰে যাৰ চৰণ বন্দনা__ এনে ভাগ্য কাব? - EH মাতৃ-_ কিয় দেখে! চঞ্চলা তোমাক ? কুম্তী-- অন্তৰ্য্যামী! জানা তুমি কিমান স্নেহৰ মোৰ পাৰ্থ ৰৃষকেতু ?