৭৪
উদ
পুণ্তবীক-_
উলুপী--
পুগুবীক__ উলুগী--
চ্ত্ৰাঙ্গদা [দ্বিতীয় az
TA নহবা কুমাব। সেই মণি স্পর্শ কবাই_ স্বামীৰ জীৱন ফিবাই আনিম-- ৷ উতলা নহবা ভনীটি! শীঘ্ৰে সেই মণি আনিবৰ ব্যৱস্থা কৰিম--। পুণুবীক ! পুণ্ডৰীক ! আজ্ঞা দিয়" আই ! নিজে যাওঁ, ক’ত আছে মণি আনোগৈ।
[ পুণ্ুডৰীকৰ প্রবেশ ] এইয়া পুগুৰীক উপস্থিত fe সকামত বা! মতালে দেৱী-- | আদেশ কৰক, কি আজ্ঞা পালন কৰিম-- ৷ পুণ্ডৰীক ! আদেশ অতি কঠোব-_- ৷ এই aE পাতালপুৰীলৈ যাব লাগে, পিতাৰ ওচৰলৈ-- 1 আদেশ কৰক,--কি বাৰ্ত্ত৷ নিব লাগে-- ৷ বার নহয় পুণ্ডৰীক-_। মোব বিবাহৰ যৌতুক পিতৃ-
. দত্ত সঞ্জীৱনী মণি পাতালত পিতাৰ হাতত আছে।
পুণুৰীক--
স্বামীব জীৱন ফিৰাই আনিবব কাবণে সেই মণিৰ আজি এতিয়াই প্রয়োজন হৈছে__। cata পুগুনীক _ এই মুহূর্তে পাতালপুবীলৈ যাত্রা কৰি, পিতাক খুজি সঞ্জীৱনী মণি লই আহীগৈ ॥ aa পলমৰ সময় নাই -- |
তেন্তে সেৱাহে জনালে"| দেৱী । |