এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
fare ৭১
পিতা! পিতা! শঙ্কৰ বিজয়ী বিজয়-_ পুত্রব হাতত আজি হেকরালা প্রাণ ! পুত্রধাতী হোরাব ভয়ত-- সন্তানক পিতৃঘাতী কৰিলা শেহত-_!
[
নৰ মৃতদেহৰ ওপৰত ঢলি পৰে ]
চতুৰ্থ দৃশ্য [ মণিপুৰৰ বাজ saga বাউল ববাগীয়ে Teale সোমাই আহে J গীত
দেহাব এই দুদিনবেহা দুদিনতে সাং বান্ধৈ দুদিনতে সাং-- ৷
মন বলিয়াব আকাশী চাং-- ভাঙ্গ এ বান্ধৈ ভাঙ্গ-_! দুদিনেতে সাং-- ৷
মানি লবি শিলব বেখা
চিকমিকিয়| যিমান দেখা__ সোণা নহয় ৰাং বান্ধৈ-_- সোণা| নহয় ৰাং-- ৷