সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭০

চিত্ৰাঙ্গদা [ দ্বিতীর অঙ্ক অবিলম্বে পার্থ শিৰ-_

লুটিব ধবাত-- | গঙ্গাবাণ ! গঙ্গাবাণ! উসৃ-_- অভিশাপ জাহ্নৱীব-_ 1 পিতামহ ভীষ্মদেৱ হত হোৱা অন্যায় বণত-__ আজি তাৰ পৰিণতি-- 1 গঙ্গাবাণ ! গঙ্গাবাণ! আহা-হা-- ৷ কোন ইষ্ট তুষ্ট মোৰ প্রতি-- হে পাণ্ডৱ-_-। পবিত্রাহী মাতা মাধৱক-- গঙ্গাবাণ কবিলে সন্ধান__ লোৱাঁ৷ ইষ্ট নাম-- ৷ [ গঙ্গাবাণ এৰিলে ] হে মধুস্থ্দন-_- ৷ সন্নিকট মবণ পার্থব__ সতী সাধ্বী পতিব্ৰিতা-- চিত্রাঙ্গদা পাৰ্থ পৰিণীতা__ নিন্দিছিলো? মিছা সন্দেহত-_ আজি তাবে ভুঞ্জো পবিণাম_-। নাবায়ণ! নাৰায়ণ!

[মৃত্যু ]