সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিত্রাঙ্গদা [ দ্বিতীয় অঙ্ক

এনেকৈয়ে সমৰত শিশ আগ কবি অমব বিজয়ী বুলি-_ কৰিছানে সুখ্যাতি অর্জুন? আজি তাবে হ’ব পৰিচয় | হীন জিভা তোব-- উচ্চ-বাচ্য অতি অশোভন-_ ইঞ্ট নাম কব সোৱঁবণ পৰিত্ৰাতা নাই তোৰ

আজি সমবত |

সেনাপতি, যোৰী তুমি-- বোধা গতি পাণ্ডৱ সৈন্যৰ-_ মই বুজে শক্তি নাযকব__

[ সেনাপতিৰ প্রস্থান ] এই বাণ কৰিলে সন্ধান__ মাতাহে পাণ্ডৱ-_ সঙ্কটৰ গোবিন্দ সাবথি । [ বাণ এবিলে ] নিভেজ গন্ধৰ্ব্ব বাণ পার্থ সম্মুখত। আত্মবক্ষা কৰ ভীক-_

CRIT এই মৃত্যুবাণ ৷ হাঃ হাঃ হাঃ হাঃ--

পুষ্পশবে স্পখিলে শৰীৰ-- বোধা প্রতিশব ।