এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
তৃতীয় দৃশ্য ] চিত্রাঙ্গদা ves
বৃষকেতু-_ ইষ্ট নাম জপ কৰা! গন্ধৰ্ব্ব কুমাব মৃত্যুবাণ কৰিলে নিক্ষেপ-_ এই বাণে বথ ধ্বজা কৰিলে| ছেদন এই বাণে কাটিলে সাৰথি ৷ বক্ৰু-- এই চোৱা| নিবাবিলেখ বাণ--! [ বাণ এৰি বাণ কাটে ] বৃষকেতু-_- এই বাণে ছেদিলেশ কিবীটি__
WW খণ্ড খণ্ড কবিলো? Ya | বৃষ. এই বাণ মৃত্যুবাণ বক্ৰুবাহনৰ-- বক্ৰু-_ নিস্তেজ কৰিলে? বাণ ।
এইবাব আত্মবক্ষা কবাহে কুমাৰ-- অৰ্দ্ধচন্দ্ৰ বাণ এই কৰিলে নিক্ষেপ-_ শিব কাটি পেলাব মাটিত-_
a Bq! নাবারণ ! হে কৃষ্ণ বিপদ বাবণ।
বক্র afer বালক বীব__ গৰ্ব্ব খবৰ হ'ল পাণ্ডৱৰ এইবাৰ, এইবাৰ চাওঁগই ক’ত আছে পাণ্ডৱ নায়ক। ( বক্রবাহনৰ প্রস্থান আৰু অৰ্জ্জুন, অনুশান্ধ, যুবনাশ্ব, আৰু মেঘবর্ণৰ প্রবেশ ]