এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দ্বিতীয় দৃশ্য ] * চিত্রাঙ্গদা ৫৯ [ eaten? কান্দোন বাধিব নোবাবে-__পুবনাবীবিলাকৰ চকু চলচলীয়| ৷ চন্দন বাটিৰ পৰ] চন্দন আনি মন্ত্ৰ aaa দৰে চিত্রাই বক্ৰুবাহনৰ কপালত তিলক পিন্ধাই দিয়ে। পুবনাবীবিলাকে উকলী দিয়ে। বক্ৰবাহনৰ চকুত পানী। দুয়ে| হাতেৰে মাকব হাত ধৰি নিজৰ শিৰত লগাই আঠু কাঢ়ে ] বক্র মাতৃ! মাতৃ!
আক--আৰু কিছুপৰ
থোৱঁ| মোৰ তপত Fas 1 [ সকলে| যেন ম্ির়ান ৷ আকৌ দূৰৈত শঙ্ধ্বনি। সকলো উৎকঠাত আকুল হৈ পৰে ] আই! আই ! সেনানী ব্যাকুল--
এইবাৰ দির] পদধূলি-- ৷ [ চিত্ৰাদ্গদাৰ পদধূলি লয়। উপুপীৰ ইদ্দিতত পুবনাবীবিলাকে Seat দিয়ে। বক্রবাহন লাহে লাহে উঠি উলুপীক সেরা কৰি পদধূলি লয় আক যাবলৈ প্রস্তুত হয় |
আই-- !
মই অতি দুৰ্ভগীয়া সন্তান তোমাৰ
আৰু তোমালোক দুয়ে| মোৰ
জনম ছুখুনী আই !
দুখনি স্নেহৰ হিয়া--মুখ জুবাবব__-!
যদি দৈৱ দুৰ্ভাগ্যত--