এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৫৬
চিত্রাঙ্গদা [ দ্বিতীয় অঙ্ক
পাবিবা? পাবিবা মাতৃ?
পাবিবা! ইলাবন্ত তোমাব AA তুমি ata ইলাৱন্ত-_
অতীতৰ ইলারন্ত-_
আজি ফিবি আহিছা দুনাই! [Barrie] ভনীটি! শান্তভারে স্থিৰ চিন্তে ভাবি চোবী-_ তুমি নাবী__ কির হ’ব| ইতৰ সামান্য৷-- অৱহেলা অপমান কৰি হৃৎপিণ্ড চিঙি লই-_- খেলি যাব ল’ৰাব ধেমালী-- গুচি যাব ভবিবে খচকি ! [চিত্ৰাঙ্গদাৰ মুখ তুলি ধৰি J আজি তুমি লাঞ্ছিতা গৰ্ব্ব যাব ধূলি দৰে-_ বাগৰে বাটত--( দূৰৈত শঙ্খধ্বনি ) শঙ্খধ্বনি! শিবিবত ! সঙ্কেত যুদ্ধৰ! আই! দিবানে বিদায় !