সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম দৃশ্য ]

সেনাপতি--

চিত্ৰাঙ্গদা পিতা, এক অনিশ্চিত--কোনোব৷ অজ্ঞাত ৷ [কণ্ঠ কদ্ধ হয়] মহাবাজ! মহাবাজ ! নব শ্রেষ্ঠ! ক্ষান্ত হোৱা । মণিপুবে ঢালি দিব শোণিত বুকুৰ-_ স্থষ্টি কৰি শোণিতৰ বিবাট প্লাবন-- মছি দিব মলির়ন__ ধুই দিব কেঁচা চাৰ ! তীক্ষ শব হানি সেই অবাতি বুকুত wa কবি দিব তাৰ-_ হীন কণ্ঠ চিবদিনলই ! এটি মাত্র কৰিলে ইঙ্গিত শতকণ্ঠ ভেদ কবি উৎসৱৰ উঠিব লহব-_! আতৰিব সৰ্ব গ্লানি সমন্বৰে সকলোৱে-- গাব সেই-- বিপুল গৌবৱ সনা জাতীয় সঙ্গীত-_ “জয়তু জয়তু জয় মণিপুৰ জয়তু জয়তু জয় মণিপুৰ-_"

৫১