এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্রথম দৃশ্য ] চিতরাদা ৪৯
অনাহুত কাল বহাগীৰ-_৷
আকণ্ঠ কৰিছে৷ পান
দেখা পাব মণিপুৰে-_
দেৱতা, দানৱ, যক্ষ, বক্ষ, গন্ধৰ্ব্ব, কিন্নব !
দখ| পাব সকলোৱে-_
প্রলয়ব কদ্ৰ বূপ-_
অপমান লাঞ্ছনাৰে
বেদনা বিষেবে হোৱ|-
ব্যথা ক্লিষ্ট--মৃত্যুঞ্জয়---_
নীলকণ্ঠ ৰূপ । [ এই বুলি কৈ--বায়ু বেগে সৈন্যশিবিৰত সোমাল। সৈন্যবোৰৰ মুখত এটা ত্ৰস্তমান ভাব-_ ব্ক্ৰ্ব সেনাপতি !
মণিপুৰ বাহিনীয়ে
যুদ্ধ যাত্রা কৰিব পুৱাতে ৷
হয়তো শুনিছা সবে কাবণো ইয়াব_-
তথাপিও শুনা সকলোৱে
সৈনিক সেনানী--!
সমবেত জনতাৰ সন্মুখত আজি