সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৮

চিত্ৰাঙ্গদা [ দ্বিতীয় অঙ্ক

আজি-__ সবি গ'ল পাহি তাৰ মাব গ'ল সৌন্দৰ্য্য সৌৰভ ! জীৱনব আজি মোব ফাগুন উকলি গ’ল-- ৷ অদূৰত সৌ মোব চাউনী সৈন্যব Bead ব্যাকুল হৈ কৰিছে প্রতিক্ষ৷-- মৌন সন্ধিয়াব এই ম্লান গাম্ভীৰ্ধ্যই দিছে যেন সিহঁতক, আগজান আজি মোব-_ অন্তৰত সুপ্ত থকা-- আগন্তক কাল ধুমুহাব ! মেঘৰ মাজব লুপ্ত বাবিষাব বিদ্যুৎ লহবে, ধমনীত বক্ত স্ৰোত কবক সঞ্চাৰ ! বিদ্ৰোহ উঠক নাচি ঘনঘোব Ga বজাই--_ স্ফীত কবি সৰ্ব্ব অঙ্গ-___ সৰ্ব্ব লোমকূপ-_! আজি মোব, ফাগুন উকলি গল-- আহিল সুচনা