সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় তন্ধ প্রথম দৃশ্য

{ দূৰৈত মণিপুৰৰ সৈন্যৰ শিবিৰ । দৈহাবোবে যেন কাৰোবাৰ প্রতী- mS ব্যাকুলভাৱে অপেক্ষা! কৰিছে। সেনাপতিয়ে সিহঁতৰ অন্তরাদি পৰীক্ষা কৰি ফুৰিছে। বক্রবাহনৰ ধীৰে ধীৰে প্রবেশ। মুখত এটা অস্বাভাবিক areata ]

বক্ৰ-_-

দীপালীব দীপ্তি আজি--

ম্লান পৰি গ’ল৷

ভৰি গ’ল বিক্ততাবে গোটেই জীৱন | পান কবি বিষ তাৰ আকণ্ঠ পুৰাই! সমীবণে__উতলা পবণে

সেই হীন উচ্চাবণ !

আগ্রহব অৱণত শিব দেখা পাই__ সমবেত জনতাব সেই সন্মুখত প্রতিপন্ন কবি হীন

দৃঢ়হল্তে চেপি ধৰি কণ্ঠনলী মোৰ লেখি দিলে দীপ্ত ললাটত

কলঙ্কৰ হীন হস্তাক্ষৰ--

জাবজ! জাবজ !