৪০ চিত্ৰাঙ্গদা [ প্রথম অঙ্ক
অনুশান্ব-- অদূৰত শুন! বায় গীত কাবোবাব--
কোনে গার ?
গীতধ্বনি শিবিববে চাপিছে ওচৰ । যুবনাখ্ব-_ অপূৰ্ব্ব সঙ্গীত !
গন্ধৰ্ব্বব গীত যেন হর অনুমান-- ৷ অনুশাত্ব-- হ’ব পাৰে taeda গীত !
গন্ধবর্বে মনোময় দেশ ৷
সঙ্গীতৰ AGA
গন্ধৰ্ববয়ে--নমায় ATS |
[ এঙ্গন দূতৰ প্রবেশ ] হে জাত
পাদ্য অৰ্থ্য সমন্বিতে--
পবিজন AZ
মণিপুৰ মহাবাজ পশিছে শিবিব__
যজ্ঞ-অশ্ব আনিছে ফিবাই-_- ৷ অৰ্জ্জুন-- যজ্ঞ-অশ্ব আনিছে ফিবাই | বৃষকেতু-_4 ( আচৰিত হৈ ) অসম্ভৱ এনে বার্তা__
চঞ্চলনে ইমান গন্ধৰ্ব্ব ৷ [ দূতৰ প্রস্থান। আগে আগে শুকুলা পতাকাধাবী : সৈন্যদল, তাৰ পিচত ara অধ্যাদি লৈ পুৰোহিত। তাৰ পিচত ধূপদীপ বৰণৰ থাল লৈ গন্ধৰ্ব কুমাৰীবিলাকে গীত গাই গাই প্রবেশ কৰিলে। পিছে পিছে বক্রবাহন পৰিজন aes হৈ মোমাই আহিল। পুৰোহিতে no অর্ধ্যাদি অৰ্জ্জুনৰ "আগত থলে। বক্রবাহন প্রণত হ'ল]
কির