এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পঞ্চম দৃশ্য ] চিত্রাঙ্গদা ৩৯ গীত
বৈতালিক-- স্বাগত ! atts! হে বিজরী_-1 মূৰুতি তোমাৰে আকি-- বাখিছো| হিয়াতে থাপি-- গাখিছো ফুলবে চাকি__ হে বিজয়ী । অতীত yale উবি-- আহিছে ates ঘূবি বহাহি থাপন| জুৰি-- হে বিজয়ী ! হে বিজয়ী-- !
পঞ্চম TI
[ পাণ্ডৱ শিবিব। অৰ্জুন, অনুশান, যুবনাশ্ব, বৃষকেতু, মেঘবর্ণ, সৈন্যমামন্ত পৰিজন cate হৈ বহি থাকে ] [ দূৰৈত মালিক গীত শুন! যায়। গীত ক্ৰমান্বয়ে স্প্টতৰ হৈ আহে ] স্বাগত ! স্বাগত ! হে বিজয়ী অতীত সুরদি উবি আহিছে আকউ ঘূৰি বহাহি থাপনা জুবি--হে বিজয়ী । স্বাগত! স্বাগত! হে বিজয়ী |