সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
প্ৰথম অঙ্ক
চিত্ৰাঙ্গদা

অন্তৰালত আঁৰ হয়-; আৰু পুওৰীক ও এজন মণিপুৰী সেনানীৰ প্রবেশ ]

পুণ্ডৰিক - এনে সুৰক্ষণীয়া সাত ৰজাৰ সোণ সুবর্ণ হীৰা মণিকেৰে সুসজ্জিত অপূৰ্ব্ব এটি ঘোঁৰা, ভাবিছিলোঁ

ধৰাই টান হ’ব ৷ পিছে দেখিলি কেনে অনায়াসে ধৰা দিলে- ৷

সৈনিক - ভালৰ সকলো ভাল-৷ অশ্ব পালকহঁতে লৈ

যাওঁতেই কেনে মোহলগা তাৰ গজগতি গমন চালে চকু ৰৈ যোৱা ৷ আমাৰ ৰজাৰ বিশ্বজিৎ, সাতশৰীৰ নিচিনাই ইও এটা সৰ্ব্ব সুলক্ষণীয়া ঘোঁৰা। বেচ ধৰি অনা হ’ল কিন্তু, তাৰনো গৰাকীয়ে কোনসতে সহিব দেহি -৷

{{playscript|gap=4|পুণ্ডৰিক -| মূর্খ! গৰাকীয়ে তাক কাৰবাৰ সাহ আছে যদি ধৰক বুলিয়েইতো এৰি দিছিল ।

সৈনিক - ধৰক বুলি দিছে! তেনেহলে ভালেই হৈছিল

দেখোন - ৷ এলাফ মাৰি চেকুৰাই চেকুৰাই চাব পৰা হ’লে ভালেই আছিল দেখোন ৷

পুণ্ডৰিক - এস্‌ এনে চেকুৰাই চোৱা চেৱাৰটো দেহি। লাগেহে থৈয়া-নথৈয়। যু'জ--মূৰ বা কাৰ হাতত যায় তাৰ

ঠিক নাই--বৰ মই মতালী নেদেখুৱাবি বোপাই ।

সেনানী - মণিপুৰীয়া পোৱালীহে তেওঁ--ঘোঁৰা চেকুৰাইছো কঁকালত কাছুটি নিপিন্ধাৰে পৰা । সিমান পৰি মৰা