সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
প্ৰথম অংক
সাৱিত্ৰী
সাৱিত্ৰী-- চিন্তা নকৰিব প্রভো ! একো সৰ্ব্বনাশ হোৱা নাই।

শ্ৰীমধুসূদন আমাৰ সহায়। তেওঁৰ কৰুণাত তেওঁৰেই ইচ্ছা পূৰ্ণ হওক।

[ দেবতা গন্ধৰ্ব্বই পুষ্প বৃষ্টি কৰিলে। বনদেৱী সকলে মাঙ্গলিক গীত গালে ]

গীত
সতী সাৱিত্ৰীৰ আজি মাধৱী ৰাতি ৷
আঁৰিছে মালিকা গাঁথি জুতি জাতি ।
দেৱতাৰ নিৰ্ম্মালি আশীষ মাতি;
উজ্জ্বলা বন্তি আজি তোবণ পাতি
কি জোৰক দীতি প্রতিভাতি