সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাৱিত্ৰী i ১৯

ক্ষয় নহ’ল। মোব দবে এনে কোন অভাগিনী আছে?

তুমি সতী ৷ তোমাৰ জ্ঞানগর্ভ বচন বৰ মধুৰ | অমূলক খেদ নকবিবা। স্বামীৰ জীৱন ভিক্ষাব বাহিবে আক এটি অভিকচি মতে বৰ প্রার্থনা Fai । তেন্তে হে দয়াব সাগব মোৰ শহুবব অন্ধ চকুত দৃষ্টি দান দিয়ক ।

সেয়ে হওঁক | তোমাব শহুৰৰ পূৰ্ববদৃষ্টি লাভ হওঁক | ময়ে| যাওঁ ।

হে মহাভাগ, সংসাব বাসন| এই অনাগিনীৰ আৰু একো নাই । স্বামীব সঙ্গ, ধনজন, সুখ সম্পদ, একো নিবিচাবৌ। তযু দৰ্শনপূণ্য লাভ অভাগিনীৰ জন্ম সার্থকতা ৷

ধন্যা তুমি, তোমাব জন্মও সার্থক, ভাগ্যবান তোমাৰ জন্মদাতা আৰু তোমাব শাহু শহুৰ । আৰু এটি বব প্রার্থনা কৰি তোমাৰ বাসনা পুর্ণ কৰা । তেওঁক হৃত সর্বস্ব কবি নেবাখিব প্রভে৷ |

সতী তোমাৰ শহুবব হৃত ধনজন বাজ্য সম্পদ সকলো, মোৰ বাক্যৰ প্রভাৱত পুন্ব লাভ হ’ব। এতিয়া মোক বিদায় দিয়! |