সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৮

ধন্মবাজ__

সাবিত্রী

সাৱিত্ৰী

বিধিৰ ইচ্ছা পূৰ্ণ হ'ল ! অভাগীব ব্ৰত, পূজা সকলো নিষ্ফল হ’ল 1

[ ধন্মৰাজ শমন প্রৱেশ কৰিলে ] কোন আপুনি হে মহাভাগ ?

শমন! মই দেৱী ৷ আজি তোমাৰ স্বামীৰ কাল পূৰ্ণ। সেই হেতু তোমাৰ স্বামীব জীৱাত্মা লৈ যাবলৈ আহিছো ৷

যি অভিকচি আপনাৰ ৷ অলঙ্ঘ্য বিধিব বিধান! মোব দবে অনাথিনী অভাগিনীব কি সাধ্য তাক লঙ্ঘন কবিম ৷

সঁচ| দেৱী, বিবিঞ্চি নিজেও এই বিধান লঙ্ঘিবলৈ অসমৰ্থ তুমি জ্ঞানী, তোমাৰ কথাত সন্তোষ পালে1। অভিকচি মতে বৰ প্রার্থনা কৰ| ।

ভাগ, মোৰ পিত| অপুত্ৰক তেওঁৰ পুত্র লাভ হ’বলৈ বৰ দান দিয়ক |

তোমাৰ কামন| পূৰ্ণ হ'ব | অচিবতে তোমাৰ পিতাই পুত্ৰ লাভ কৰিব । এতিয়া ষোৱ| সতী মই আহিলে" ।

কত জন্ম জন্মান্তবব পুণ্যব বলত এনে মহাভাগৰ দর্শন লাভ কবিলে1। কিন্তু তথাপিও কৰ্ম্ম বন্ধনৰ