সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সারিত্র ১৫

সাৱিত্ৰী--_ মোৰ কিমান দিনব হেপাহ, এবাব আপোনাব লগত গৈ বন দর্শন কৰি আহিম ।

সত্যবান-_- তোমাৰ নবনী কোমল অঙ্গত যে AY নহ’ব সতী।

সারিত্রী- বাধা নিদিব প্রভো, ইমান দূৰ্ব্বল| মই AE |

সত্যরান__ ভুমি উপবাসী_ ত্রতত নিষুক্তা-_-এনে অৱস্থাত-_৷

সাবিত্রী seq অন্তত স্বামী-সঙ্গ এৰিলে যে মোৰ ব্রত উপবাস সকলো নিক্ষল হ’ব প্রভো।

সারিত্রী_ সেই ক্ষত্তেকৰব কাবণেই মোকো লৈ যাওক । আপোনাব লগতেই ফিবি আহিম__।

সত্যৱান-- পিতাব অনুমতি নাপালে মই কোনোমতেই নোৱাৰে| ।

সাৱিত্ৰী-- পিতৃ মাতৃ উভয়বে মই অনুমতি পাইছোঁ৷ প্রভো ।

সত্যৱান-- কিন্তু-_

সাৱিত্ৰী-- মই উভয়ৰে সেৱাব ব্যৱস্থাও কৰি থৈছোঁ ৷ তাপস- কুমাবসকলেই উভয়কে পবিচৰ্য্যয tt) তেওঁ- লোকক পালে আমাৰ অনুপস্থিতি পিতাই অনুভৱ নকৰে ।

সত্যরান_- তথাপি এনে কাল সন্ধিয়াৰ সময়ত****-

সাৱিত্ৰী-- সন্ধ্যালৈ এতিয়াও পলম আছে। আমি আবতিৰ আগেয়েই ফিবি পামহি।

সত্যৱান-- [ হুমুনিয়া পেলাই ] বাক--ব'লা_।

[ লাহে লাহে উভয়ৰে প্রস্থান ]