এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৪ সাৱিত্ৰী
পঞ্চম দৃশ্য [ পৃজাৰতা সাৱিত্ৰী-_। সাৱিত্ৰীয়ে গীত গালে। গীতান্তত সেবা কৰিলে। সাৱিত্ৰীৰ অলক্ষিতে সত্যৱান সোমাল; তন্ময়চিত্তে গীত শুনিলে। ব্যথিতা পূজাৰতাৰ ব্যাকুলতাত যেন সত্যৱানৰেো এটুপি চকু-লে| বিবিঙি পৰিল। গদ্গদ্ চিত্তে মাতিলে ]
গীত
নমামি নন্দ-নন্দন শিৱ সত্য সাবথি ! বিপদ ভয়-ভঞ্জন ভব-বন্ধন মুকুতি ৷
নিত্য নিখিল বন্দন ভক্ত মানস বঞ্জন-_ দয়িত দীন-তাবণ হবি, অগতিব গতি ! ৱান--= সতী! সাৱিত্ৰী--_ ers ত্যৱান-=-- তোমাব আবধনাত ব্যাঘাত কবিলে| |
সাৱিত্ৰী-- ব্যাঘাত নহয় প্রভো, মোব পুজাব সার্থকতা ৷ সত্যবান_- ভাল কথা, এতিয়া পিতাৰ সেৱাত লাগাগৈ ৷ ময়ো
বনলৈ গৈ মোৰ কর্তব্য শেষ কৰি আহোঁগৈ । সাৱিত্ৰী-- এভে৷, আজি ময়ো আপোনাব লগত বনলৈ যাম । সত্যৱান-- বনলৈ ! তুমি!