সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সত্যৱান-_

সাৱিত্ৰী-- সত্যৱান--

সাৱিত্ৰী ১৩

বিশ্ৰামৰ অৱসব--নাই তিলমাত্র অৱসাদ--তেনেজন অপবাধী । মই মাত্র মোৰ কৰ্ত্তব্য কৰিছে৷ ৷ প্রভে| আশীৰ্ব্বাদ [ দুৰৈত তাপসকুমাবসকলে গীত গায়] শুনা, সেইয়া তাপস কুমাবসকলব গীত। কেনে মনমোহা| ! তেওঁলোকে পিতাক গীত শুনাবলৈ আহিছে। আক তোমাৰ লক্ষ্মীনাবায়ণৰ মন্দিবত আবতি কবিবলৈ আহিছে 1 [ তাপস কুমাবসকলব প্ৰবেশ আক গীত ] বন নিজবাব গীতত উবে মন পি'জবাব পখী ! কাল সন্ধিয়| ডাউকী কান্দে অকলশবে ৰখি ক'ত পুরাবি বাতি feta অ’ মোৰ প্রাণৰ সধি 1