সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাবিত্রী

সত্যরান__

সাৱিত্ৰী-- সত্যৱান--

সাবিত্রী__

সত্যৱান--

সাৱিত্ৰী

চতুর্থ দৃশ্য

তপোবন [ সত্যৱানৰ কুটাৰত সাৱিত্ৰী আক সত্যবান ] সেই নিষ্ঠুৰ দৈত্যই অপ্বীব কুঞ্জখনত সোমাই পাৰিজাত জুপিত ফুলি থকা একে পাহি ফুল চিডি আনিলে। তাব হাতৰ পৰশত কুল পাহি মৰহি ম্লান হৈ আহিল । ফুল পাহিৰ কি সৌভাগ্য! সি বে জহি পনি লেৰেলি শুকাই cia দুৰ্ভাগ্যৰ হাত সাবিল। CRI পৰশত তাৰ বিকাশব স্বযোগ লাভ হ'ল। তুমি, তুমি, কোন? মোব কত জনমৰ আবাধনাৰ সামগ্রী । মই সউ ছুটি চৰণৰ দাসী । নহয়! তুমি দেবী । কোনোবা স্ববগব পবা নামি আহি মোৰ জীৱনত নন্দনৰ অমিয়| বুলাই দিলাহি। Git জন্মজন্মান্তৰ আবাধনাব দেৱতা, হে মোৰ শিৱ--হে মোৰ প্রিয় মোক অপৰাধী নকবিব। তুমি অপবাধী! যি এই পর্ণ কুটাবত অমবাব সম্পদৰ নৈ বোরাইছে। অন্ধ পিতা বৃদ্ধা মাতৃৰ মুহমান জীৱনত «fea fea বোৱাইছে--নাই