অশ্বপতি--
নাবদ__
অশ্বপতি--
নাৰদ-_
সাৱিত্ৰী ৯
কোনোবা তাপস কুমাৰ এজনক আত্মসমৰ্পণ কৰিছে, সেই কথা অমূলক ?
অমূলক নহয় মহাৰাজ, যি শুনিছিল সিও সম্পূর্ণ সঁচা ৷ সত্যৱানব পিতাক ৰাজ্যধন হেৰুৱাই এতিয়া বনবাসী_। তপোবনত তপস্বীৰ দৰে জীৱন যাপন কবিছে-_।
তেন্তে দেৱধি, মই এতিয়া কি কবিম। মই যে একে- বাবে বিমোবত পবিলে'।। মোৰ কন্যাৰ ভাগ্যবে সেই হেবোর। সম্পদ ফিৰি নাহিবনে-_?
ধন সম্পদ ফিবিলেও ফিবিব পাৰে ৷ কিন্তু মহাৰাজ আজিব পবা এবছবব মূৰত সত্যরানব কাল পূর্ণ হ’ব-_৷ ৰাজপুত্ৰ সত্যৱানৰ আয়ু সিমানেই তাক ফিবাবৰ তো কোনো উপায় নাই__।
প্রভো, প্রভো,--মোব মূৰত বজ্রপাত হোৱা নাই fea? মই, কিয় এতিয়াও জীৱন ধৰিছে|! বিদৃষক, বন্ধু, AIT চাইছ| কি? শীঘ্ৰে মোৰ কন্যাক যি কোনে! উপায়ে বিৰত কবাগৈ_। তাই ক'ব নোৱাবে, তাই কি সৰ্ব্বনাশ কৰিছে--1
ক’ব পাবে মহাবাজ ৷ বাজকন্যাক মই সকলো! কথা বুজাই কৈছিলেণ, আৰু তেওঁৰ সঙ্কল্প এবি পেলা- বলৈ সকলো বিপদৰ কথা পবিষ্ষাৰ কৈ দেখুৱাই দিছিলে"|--৷ কিন্তু সঙ্কল্প এবক থাওক পবি,