সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশ্বপতি--

বিদ্যুক--

বিদ্ষক--

অশ্বপতি__

সাৱিত্ৰী ৭

ইচ্ছাবে জুইত জাপ দি পৰে, সিহঁতে জুইৰ কিবা বংশ পৰিচয় বিচাবে নে?

তোমাব কথ! নুবুজে| বন্ধু। সমুখত মোৰ এনে ভয়ানক এটা সমস্যা ; নিৰুপায় হৈ তোমাক বুধি সুধিছে| আৰু তুমি এনে সময়ত কৰিছা IT | অৱশ্যো মহাবাজ, বহস্ত নকৰি আৰু কি কৰিম। ৰাজকন্যাৰ বিয়|া--মই বং বহইচ, নকৰি কান্দিম নে মহাবাজ ! অ’ সৌৱা দেৱৰ্ষি আহিব লাগিছে। বাজকন্যাব TAA ভাব তেৱেঁই ভালকৈ জনাব পাৰিব।

[ দেরষি নাবদৰ গীত গাই গাই প্রবেশ ]

মন বীণা মোব ! গা গোবিন্দৰ গান গা গোবিন্দব গান বীণ| মোৰ

গা গোবিন্দৰ গান ! জাব বাবিষাই ছ’টি খতুৰ ভোগ, লালসাই ছ'টি বিপুব মোব বুলিলে তোক আৰু মোৰ

নাই বে পৰিত্ৰাণ |

বীণ| মোব গা গোবিন্দৰ গান !

আহক crate আসন গ্রহণ কৰক । aia প্রণাম গ্রহণ কৰক cafe আজি মোৰ aaa সৌভাগ্য যে দেরঘিব চবণ দর্শন লাভ হ'ল।