এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৪ সত্যৱান-_
সাৱিত্ৰী হেলা কৰিছোঁ৷ মৃণাল ৷ লহবে আমাক ভাল কথা মনত পেলাই দিছে । আমাব প্রত্যেকৰে বেলেগ বেলেগ কর্তব্য আছে। গীতত প্রাণমন উটাইদি সময় কটালে কেনেকই হ'ব? আহীাইত যাওঁ ।
[ তাপস কুমাৰবিলাক প্রস্থান কৰিলে; আন ফালৰ পৰা সাৱিত্ৰী আৰু বেলা, বিভা, আদি সথিবিলাক নোমাই আহিল ]
বিভা--
বেলা--
বিভা--
নিলাজী বনব কৌহটিব দবে সাৱিত্ৰী সখিব আমাৰ ঠাইতে ঠন ধৰি ঠাইতে মবহি যাবৰ হ'ল |
তাপস কুমাবসকলৰ গীতৰ লগতে প্রাণমন উটি গল নেকি--সখিৰ আমাব ?
নেযাবনে ? বিবি বিবি মলয়াৰ ছাতি আক সখিৰ আমাৰ আলফুল আলস্বুৱা প্রাণ-_।
[ সখিবিলাকে সাৱিত্ৰীক বেঢ়িলৈ গীত গায় ]
আদব মালতী সখিটি অই-_! সুখ চাই মূহিলে--চকু চাই চুহিলে-- বুকু চাই বিন্ধিলে দাত-_ বঙাকই গালতে ক’লাকই ভোমোবাই জানি মাৰি মাবিলে ছাত_৷
[ গীতৰ লগে লগে সথিবিলাকে সাৱিত্ৰীক জোকাই থাকে ]
সাবিত্রী
যোবা__-সখি__।