সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিত্ৰাঙ্গদা

আজি মোৰ সৌভাগ্য অপাৰ‘

আজীৱন--কল্পনাৰ-_ কামনাৰ--সাধনাৰ-_

, ধ্যানব প্রতীক মোব-- অভ্যাগত-- BAIS মোহন আলহী-- ৷ সাধনাৰ ধন মোব__ ধ্যানব দেৱতা ধব| দিলে অপ্রয়াসে-- ৷ স্বুপ্ৰভাত আজি মোব গৃহতে দেখিলে? মোব-_ সপোনৰ আবাধ্য দেবতা | আজি মোৰ বাজ্য জুবি__ দীপালীৰ আনন্দ উৎসৱ-_ গন্ধবর্বব কণ্ঠে কণ্ঠে-_

বনাগ্রিয়ে লঙ্ঘিছে আকাশ | নগৰে প্রান্তবে মোৰ-= দীপালীব বিদ্যুত তোবণ__

১০৩