এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
_-সমাপতি__
1 পটপট মণিপুৰৰ পতাকা উৰিছে। সিংহাসনত উপবিষ্ট See, TRA যুবনাশ্ব, Tels, মেঘবর্ণ, বৃষকেতু, পাবিবদ আদি। বক্রবাহন সেনাপতি সৈন্য সমিতে স্ষীতবক্ষে থিয় হৈ থাকে। দীপালীবে সুসজ্জিত মঞ্চ। See, অৰ্জ্জুনলৈ মণিপুবব অভিনন্দন ] ভীকৃষ্ণ-- কিয় সখা,
ভাণ কবি বিস্মৃতিত দিছিল| বুৰাই
এনে এটি মনোমর BAA সপোন? অঞ্জুন_. আক লাজ নিদিব| যাদৱ
ইচ্ছা তযু পুৰাওঁ ক্ৰীড়াবে-- ৷ খীক্ষ্ণ-- গৌৰৱৰ গঢ়িল| প্রাচীব-_
অপত্যৰ তেজ বীর্ধ্য
দেখুরালা ধবণীব ক্ষত্ৰ সমাজত--
ত্রিদিব বিজয়ী তুমি--
পৰাভূত পুত্ৰৰ হাতত-_
তাতকৈ কি লাগে বৈভৱ-- ?
তাতকৈ কি লাগে গৌৰৱ ?