পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
চিকৰ্ পতি নিকৰ্ পতি

ৰংদৈ। মই মন্তীনী হলোঁ যদি, জী জোৱাঁইক এজোলোকা
 আশীৰ্ব্বাদকে দিওঁ :—

“চন্দ্রও চিকুণ এ,
সুরুযো চিকুণ এ,
চিকুণ সৰগৰে তৰা হে ৰাম ।
সবাতকৈ চিকুণে,
আমাৰে আইদেও,
দৰাৰ মন মুহিব পৰা হে ৰাম ॥
বাৰীও নহবি,
খাৰীও নহবি,
হবি স্বামী সুৱাগিনী হে ৰাম।
সাত আয়তীয়ে,
গাঁঠিয়ন খুন্দিছে,
উরুলি এজোকা দিয়ে হে ৰাম ॥”

[উরুলি দিয়ে।

আৰ-কাপােৰ।