পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/৩৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিকৰ্ পতি নিকৰ্ পতি।


ৰজা। মই দেখাত, গঙ্গাৰাম উকিলকো সরু সরু উকিলবোৰে
 মিছাতে দিগ কৰি থাকিবলৈ নেৰে। মই এই গােচৰৰ
 নথি পঢ়ি চাইছোঁ; ফৰিয়াদিৰ গোচৰৰ প্রমাণ নাই।

বৰবরুৱা। আচামী খালাচ।

[ সকলােৰে প্ৰস্থান।