ৰজা। মই দেখাত, গঙ্গাৰাম উকিলকো সরু সরু উকিলবোৰে মিছাতে দিগ কৰি থাকিবলৈ নেৰে। মই এই গােচৰৰ নথি পঢ়ি চাইছোঁ; ফৰিয়াদিৰ গোচৰৰ প্রমাণ নাই।
বৰবরুৱা। আচামী খালাচ।
[ সকলােৰে প্ৰস্থান।