সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮
চানেকি


 সাধুকথা আদিত পোৱা, – কমলা কুঁৱৰী, পানেসৈ, তেজী- মলা, ধনে পাঁচতুলী, কাচনমতী, লক্ষহীৰা, চম্পাৱতী, কল্পসুন্দৰী ( দশ কুমাৰ চৰিত্ৰ ), জনা গাভৰু।

 পুৰাণ আদিত পোৱা,– উষা, বেহুলা, ভানুমতি, উলুপি, ৰুক্মিণী।