সমললৈ যাওক

পৃষ্ঠা:চাণক্য-শ্লোক.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাণক্য শ্লোক নমতা মানলৈহে অর্থাৎ যেতিয়ালৈকে কথা নয় তেতিয়ালৈকেহে শোভা পায়। [ সাজপাৰেৰে নিজৰ মূৰ্খানি এখস্ত কলৈহে ঢাকি ৰাখিব পাৰি ; মানুহজন মূৰ্ধনে পণ্ডিত সেই কথা তেওঁ মাত মাতিলেই, চিমিব পৰা মানুহে ৰুঞ্জ উঠিব। মূৰ্খালি ভাল কাপোৰকানিৰে ঢাকি পৰা বস্তু নহয় ।] ১৪ বিষাদপ্যমৃতং গ্রাহ্য মমেধ্যাদপি কাঞ্চনম্ । নীচাদপ্যুত্তমং জ্ঞানং স্ত্ৰীৰত্নং দুস্কুলাদপি ৷৷ ১৫ ৷৷ ছোৱানী বিহত থকা অমৃত অৰু বিষ্ঠাত পৰা সোণ বুটলি লৰা : নাহ মানুহৰ পৰাও বিদ্যা শিকিৰা, আৰু যি ছোৱালীৰ ৰূপ ा দুয়োটা আছে আৰু স্বভাব চৰিযও বব পবিত্র তেনেকুৱা তীন কুলত উপেিলও তেওঁক বিয়া কৰোৱাত দোষ নাই । [ বেয়া বস্তুৰ লগত থকা ভাল বস্তু সাদৰেৰে গ্ৰহণ কৰিবা । ভাল বস্ত চুৱা নহয় । ] ১৫। উৎসবে ব্যসনে চৈব দুর্ভিক্ষে শত্রুসঙ্কটে। ৰাজদ্বাৰে শ্মশানে চ যস্তিষ্ঠতি স বান্ধবঃ ।। ১৬ ৷ লগাৰ যাক সম্পদে-আপদে, আকালত, এগনিত আৰু গোচৰ সময়ত পোৱা যায় তেৱেঁই প্রকৃত বন্ধু। [ বিজনে আপাত মাত লগায় আকালত ভাত যোগা: বিচাই সবচে যোগ দিে গোচৰ লগাৰ সময়ত বুধি-ভাৰসা নি সভার করে, মানুহ মৰিলে শ্মশানলৈ যায় আৰু 6ে6 ন দিয়ে তেওঁকে খৰিৰে দিবলৈ गान বন্ধু বুলি জানিবা । ] ১৬।