সমললৈ যাওক

পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উছর্গা

 

দেউতা স্বর্গীয় ৰতিকান্ত শৰ্মাৰ সৈতে মা শ্ৰীযুতা হিৰন্ময়ী দেৱী

 

যাৰ অনুগ্ৰহত এই ধুনীয়া ধৰণী
দেখাৰ সৌভাগ্য হ’ল সেই পিতৃ
স্বর্গীয় ৰতিকান্ত শৰ্মাৰ পুণ্য স্মৃতিত আৰু
মাতৃ শ্ৰীযুতা হিৰণ্ময়ী দেৱীৰ হাতত কিতাপখন উছৰ্গা কৰিলোঁ।