সমললৈ যাওক

পৃষ্ঠা:চপলা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তারিখ.. 9/22 নং ১৫ প্রথম পরিচ্ছেদ ১৫৮ ৰোগী । "প্রিয়ে" “নাথ” “বুজিব পাৰিছানে নাই পৰা, কিন্তু ম‍ই বেছ বুজিছো, এই সংসাৰত আৰু মই তোমাৰ মৌ-সনা সুমধুৰ সুৰ ও সেই নয়নানন্দ পুত্রদ্বষষ সুন্দৰ কান্তি আৰু দেখা নেপাম । সেই কাৰণে প্রিয়ে, মোৰ মনত তুষানল জলিছে। বেজাৰ কৰি বা কি কৰিম, মোৰ মৃত্যু ধূৰূপ । তুমি মোৰ নিমিত্তে ভাত, পানী ও নিদ্রা ভাগ কৰি কত অভয়া কৰিলা, কিন্তু ঈশ্বৰে একোতে মুশুনিলে । প্রিয়ে এতিয়া আৰু মোক যত্ন কৰিব নেলাগে, যাৰ মৃত্যু নিশ্চয় তাৰ নিমিত্তে চেষ্টা কৰা মিছা।” “নাথ। তেনে কথা কেলৈ কোৱা, স্ত্ৰী হৈ স্বামীক যি সেৱা শুশ্রূষা কৰে ময়ো তাকে কৰিছো, তথাপি মোৰ কালে ঈশ্বৰে চকু মেলি নেচায়। চার বা কিয় ? মই অভাগিনী, মোৰ কারো-কাকুতি বা শুনিব কিয় ? মইনো পূৰ্ব্বজম্মত কি দোষ কৰিছিলো ?” এই বুলি আৰু কব নোৱাৰিলে । শোক ও অশান্তি আহি তাইৰ মুখ চেপি ধৰিলে; অৱশেষত কান্দি পেলালে। তেতিয়া ৰুগীয়া মানুহ জনে প্রণয়িনীক তাৰ দুৰ্ব্বল হাত মেলি তাইৰ হাতত ধৰি কবলৈ ধৰিলে “প্রিয়ে ! তুমি কান্দি মোৰ তুহ জুইত খিউ ঢালি নিদিবা । যাৰ মৃত্যু নিশ্চয় তাৰ নিমিত্তে ইমান বেজাৰ কৰা অনা-